Beautiful Girl Get link Facebook X Pinterest Email Other Apps July 05, 2020 @debabrat<script data-ad-client="ca-pub-9603166861873065" async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js"></script> Get link Facebook X Pinterest Email Other Apps Comments অৰ্পণJuly 5, 2020 at 7:53 PMMur ETA copy bnai diba ne...,,????Please ReplyDeleteRepliesAssamese poems, quotes, arts, short stories etc. dukeshayoungJuly 5, 2020 at 8:20 PMনিশ্চয় নিশ্চয়। আপুনি আপোনাৰ প্ৰতিচ্ছবি পাবলৈ যোগাযোগ কৰিব পাৰে debabratchutia1@gmail.com অথবা inbox কৰিব পাৰে। ধন্যবাদ।DeleteRepliesReplyReplyAdd commentLoad more... Post a Comment
বিপ্লৱী সন্তানৰ বিপ্লৱৰ ইতিহাস July 09, 2020 বিপ্লৱী সন্তানৰ বিপ্লৱৰ ইতিহাস ৰুদ্ধ দুৱাৰ হেঁচোকি ইতিহাসৰ প্ৰাচীৰ খহাই, বৈ আহিছে বিপ্লৱী তেজৰ সুঁতি। হাতত কলমৰ তীক্ষ্ণ বাণী, ক্ষত বিক্ষত হৈ পৰিছে শতিকাৰ কীৰিতি, মুমূৰ্ষু হৈ পৰিছে ভবিষ্যতৰ ইতিহাস! তথাপিও বিপ্লৱৰ গান সিৰে সিৰে গুজি ডেউকা কোবাই ওলাই আহিছে সহস্ৰ তৰুণ-তৰুণী। সময়ৰ ঢালত শত্ৰুৰ শৰ হয় যেন নিমিষতে চূৰ্ণ! আকৌ যেন সময়ে ইতিহাস দোহাৰিছে! অসমী আইৰ চৰণ চুই ৰুক্ষ পক্ষৰ হৃদয় বিদাৰি আকৌ ৰচিব খুজিছোঁ বিপ্লৱী সন্তানৰ বিপ্লৱৰ ইতিহাস। ✍ দেবব্ৰত চুতীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় @debabrat/- https://www.facebook.com/100029777538048/posts/322533355415913/?app=fbl Read more
জীৱন সংগ্ৰামৰ ৰণকৌশল অথৱা নীতি July 11, 2020 জীৱন সংগ্ৰামৰ ৰণকৌশল অথৱা নীতি ✍ দেবব্ৰত চুতীয়া, যোৰহাট (অসম) প্ৰ ত্যেক ব্যক্তিৰ জীৱন সংগ্ৰামৰ এক নিৰ্দিষ্ট আৰু নৱ ৰণকৌশল অথৱা নীতি থাকে আৰু থকাটো প্ৰায় স্বাভাৱিক। এই ৰণকৌশলে প্ৰকৃততে কি সূচায়? ব্যক্তিৰ মূল্যবোধ, প্ৰতিমান, বিশ্বাস, ব্যক্তিগত পৰিচালনা, সিদ্ধান্ত অথৱা কৌশল আৰু উপাৰ্জন আদিয়ে জীৱনৰ ৰণকৌশলৰ সংজ্ঞা বা বিষয়টো পৰিপূৰ্ণ কৰি ৰাখে। যদিহে ব্যক্তিয়ে জীৱনৰ বাবে এটি নিদিষ্ট নীতি বা কৌশল নিৰ্মাণ কৰাত অপৰিপক্ক তেন্তে তেওঁ এটা সম্ভাৱ্য নীতি গ্ৰহণ কৰিব পাৰে। প্ৰকৃততে এই কৌশল প্ৰক্ৰিয়া প্ৰাথমিক অথবা দ্বিতীয়ক বুনিয়াদি স্বৰূপ সামাজিকিকৰণ বিশেষত পৰিয়াল অথবা ঘনিষ্ঠৰ সৈতে বাটোৱাৰা কৰিওঁ গ্ৰহণ কৰিব পাৰি। এই প্ৰেক্ষাপটত স্ব-ৰচিত কৌশলে সমাজৰ অন্যান্য ব্যক্তি সকল, বিভিন্ন সংস্থা বা সমূহৰ সৈতে সাদৃশ্যমূলক সাধাৰণ কৌশল জীৱনৰ বাটত প্ৰখৰতা কিমানদূৰ, সেয়া কোৱা সহজ নহয়। সাধাৰণতে দেখা যায় যে শিশুসকলে নিজস্বভাৱে কোনো বিশেষ সিদ্ধান্ত ল'ব নোৱাৰে যেতিয়ালৈকে তেওঁলোকে নিজকে জীৱনৰ দায়িত্ববোধৰ সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব নোৱাৰে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোকে সমাজৰ অন্যান্য ব্যক্তিসমূহক অনুকৰণ বা অন... Read more
কাহিনীৰ আঁৰৰ কাহিনী August 24, 2020 👦মৃণ্ময়.......... দুষ্ট কিয় কৰিছা? ছ'ৰি কোৱা প্ৰহেলিকা বাক। 👩 একো নহয় দিয়ক। মই বেয়া পোৱা নাই নহয়। সৰু ল'ৰা-ছোৱালীৰ মনৰ আশাবোৰ পূৰণ কৰিব পাৰিলে ভালহে লাগে। মৃণ্ময়।.... তোমাৰ বাবে ই.....মা....ন........ডাঙৰ চকলেট এটা আনিছোঁ নহয়। ব'লা...ব'লা...বলা।...আমি চকলেট খাওঁ ব'লা। 👦চ......ক.....লে....ট!!!..... 😋য়াম্মী😋😋 👨😊😊😊 "........প্ৰহেলিকা বা।.......তুমি আমাৰ ঘৰলৈ একেবাৰে কেতিয়া আহিবা ? খুড়াই আইতাক অকল তোমাৰ কথাই কৈয়ে থাকে.....কৈয়ে থাকে। ............." @ডিউক ছা ইয়ং Read more
Mur ETA copy bnai diba ne...,,????
ReplyDeletePlease
নিশ্চয় নিশ্চয়। আপুনি আপোনাৰ প্ৰতিচ্ছবি পাবলৈ যোগাযোগ কৰিব পাৰে debabratchutia1@gmail.com অথবা inbox কৰিব পাৰে। ধন্যবাদ।
Delete