কাহিনীৰ আঁৰৰ কাহিনী


 👦মৃণ্ময়.......... দুষ্ট কিয় কৰিছা? ছ'ৰি কোৱা প্ৰহেলিকা বাক।

👩 একো নহয় দিয়ক। মই বেয়া পোৱা নাই নহয়। সৰু ল'ৰা-ছোৱালীৰ মনৰ আশাবোৰ পূৰণ কৰিব পাৰিলে ভালহে লাগে। মৃণ্ময়।.... তোমাৰ বাবে ই.....মা....ন........ডাঙৰ চকলেট এটা আনিছোঁ নহয়। ব'লা...ব'লা...বলা।...আমি চকলেট খাওঁ ব'লা।
👦চ......ক.....লে....ট!!!..... 😋য়াম্মী😋😋
👨😊😊😊 "........প্ৰহেলিকা বা।.......তুমি আমাৰ ঘৰলৈ একেবাৰে কেতিয়া আহিবা ? খুড়াই আইতাক অকল তোমাৰ কথাই কৈয়ে থাকে.....কৈয়ে থাকে। ............."
@ডিউক ছা ইয়ং

Comments

Popular posts from this blog